বজাৰত ৰাসায়নিক ঔষধযুক্ত " মোক খা মোক খা" কৈ থকা বিষাক্ত ফলসমুহে আমাৰ দেহৰ যথেস্থ ক্ষতিকৰ বুলি আমি সকলোৱে জানোহঁক । তথাপি
নিৰুপায় হৈ আমি সদায়ে খাই আছো বা ৰুগীয়া লোককো সেইবোৰকেই খুৱাই আছো । অসাধু ব্যৱসায়ীৰ এনে বিষাক্ত ফলসমুহে কব নোৱাৰাকৈ দেহৰ ভয়ানক ৰোগৰ বাহক হব পাৰে ।
বজাৰত পোৱা শুকান ফলসমুহত নষ্ট নহবলৈ ৰাসায়নিক দ্ৰব্য মিহলোৱা হয় যদিও মাৰাত্মক ধৰনৰ নহয় বুলিয়েই বিশ্বাস । তথাপি বজাৰৰ এনে বস্তুবোৰৱ গৰম পানীৰে ধুই খোৱাতো ভাল)
আজি কিচমিচ অৰ্থাত শুকান আঙ্গুৰৰ বিষয়ে কিছু জানো আহক :---
আমাৰ অসমত উৎপাদন নহয় যদিও আমি সকলোৱে জানো যে আঙ্গুৰ এবিধ বৰ পুস্তিকৰ ফল । আঙ্গুৰক ৰ'দত বা বিশেষ পদ্ধতিৰে শুকোৱাৰ পিচত কিচমিচ বোলা হয়। গতিকে কিচমিচ খোৱা মানেই আঙ্গুৰ খোৱাৰ সমানেই হয় । বৰং শুকোৱাৰ পিচত ইয়াৰ পুষ্টিগুণ অধিক বৃদ্ধিহে হোৱা দেখা যায় । সেয়ে কিচমিচ পৃথিৱীৰ সকলো দেশতে উপলদ্ধ এবিধ বলশক্তিদায়ক উত্তম শুকান ফল আৰু ৰোগভেদে সুপথ্য বুলি চিকিত্সকেও ৰোগীক খাবলৈ পৰামৰ্শ দিয়ে
কিচমিচৰ ইংৰাজী নাম Raisin হিন্ডীত কিসমিস, মুনক্কা বা অন্যান্য ভাষাত বিভিন্ন নামেৰে জনাজাত ।
দেশে বিদেশে আঙ্গুৰৰ প্ৰজাতি ভেদে কিচমিচ সোনালী, হালধীয়া,,বাদামী ৭। ,চুলি আৰু চালৰ যিকোনো সমস্যাৰ লগতে লিভাৰ দৌৰ্বল্য আৰু মুখৰ দুৰ্গন্ধ দুৰ কৰাৰ বাবে কিচমিচ ভিজোৱা পানী খোৱা অতি উপকাৰী ।
৮। #কিচমিচত_যথেস্থ_ পৰিমানে_কেলচিয়া ম থকাৰ বাবে দাঁতৰ ৰোগ, গাথি বিষ আৰু হাড়ৰ বাবে উপযোগী ।
৯। কিচমিচ ক ভিটামিন সমৃদ্ধ ফল; সেয়ে #চকুৰ_সুৰক্ষা আৰু নানা ৰোগত কিচমিচ বৰ উপকাৰী ।
১০। 📵 নিয়মিত সেৱন কৰিলে #যৌন_দুৰ্বলতা দুৰ হয় #পুৰুষৰ_প্ৰজনন_ক ্ষমতা_বৃদ্ধি_হয় । নাৰীৰ স্তনৰ আকাৰ আৰু সৌন্দৰ্য বৃদ্ধি হয় ।
গৰ্ভৱতী মহিলাৰ বাবেও উপকাৰী ।
১১। যিকোনো জৰত বা শাৰীৰিক দুৰ্বলতাত কিচমিচ অতি উপকাৰী পথ্য।
১২॥ #নিচাদ্ৰব্য_খাই_ ৰোগত_ভুগা ব্যক্তিয়ে (নিচাৰ পৰিৱৰ্তে) নিয়মিত খালিপেটত কিচমিচ ভিজোৱা পানী সেৱন কৰা অতি হিতকাৰী ।
ওপৰোক্ত গুণাগুনৰ উপৰি সথিক মাত্ৰাত নিয়মিত সেৱন কৰিলে দেহ স্বাস্থ্যৱান হোৱাৰ লগতৱ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায় ।
গতিকে দেখিলেনে বন্ধুসকল
কিচমিচ আমাৰ দেহৰ বাবে কিমান উপকাৰী ফল । সেয়ে বজাৰৰ ৰাসায়নিক বিষফলৰ পৰিৱৰ্তে আমাৰ থলুৱা ফল প্ৰচুৰ পৰিমানে খাওক ।লগতে বহিঃৰাজ্যৰ অধিক পোষক গুণযুক্ত কিচমিচ বা শুকান আঙ্গুৰ খাওক; লৰাছোৱালীকো খুৱাওক । (গৰম পানীত বা গাখীৰত উতলাইহে খাব )
💋__ #অপকাৰি_গুণ__💔
ভালৰ অলপেই ভাল । অধিক মাত্ৰাত কেতিয়াও নাখাব আৰু ভাল হওক বুলি লৰাছোৱালিহঁতকো বেচি মাত্ৰাত নুখুৱাব ।
📛কিছুমান ৰোগ বিশেষে চিকিত্সকে কিচমিচ খাবলৈ বাধা কৰে ;সেয়ে জটিল চিকিৎসাধীন ৰুগীয়া লোকে চিকিৎসকৰ পৰামৰ্শ লৈহে খাব । 🎈অধিক কেলৰীযুক্ত ব্যক্তি ,অপৰিশ্ৰমী , অধিক শকত আৰু ওজনৰ ব্যক্তিয়ে কিচমিচ
নোখোৱাই ভাল । ,
,ক'লা , চকলেত,ব্ৰাউন আদি নানাৰঙৰ আছে। বজাৰত পোৱা চকচকীয়া চফা হালধীয়া
বা সোনালী ৰঙতকৈ বাদামী , ক'লা আদি গাঢ় ৰঙৰ কিচমিচ বেচি গুণকাৰী ।
#পৌষ্টিক_উপাদান :----প্ৰ'টিন, ভিটামিন এ , বি কমপ্লেস্ক, আইৰন, কেলচিয়াম, মেগনেচিয়াম,কাৰ্ ব'হাইড্ৰেট,ফাইব াৰ,শৰ্কৰা,
কেলৰী আদিৰ লগতে সুক্ষ্ম পোষক গুণসমৃদ্ধ খনিজ পদাৰ্থৰে (মাইক্ৰ'
নিউট্ৰেন্ট) ভৰপুৰ । অন্যহাতে ই শৰীৰৰ ৰোগ নাশক,বেক্টেৰীয়া নাশক ,শক্তিবৰ্ধক আৰু অকালবাৰ্ধক্য নাশক ।
#কিচমিচৰ_ব্যৱহাৰ _বিধি:----কিচমিচ
সচৰাচৰ বহুতে পায়স , চুজি , হালোৱা মিঠাই বা তেনে আহাৰৰ লগত নাইবা
প্ৰত্যক্ষভাবে চোবাই খোৱা দেখা যায় যদিও ইয়াৰ যথোচিত ঔষধী গুণাগুণ লাভ
কৰিবলৈ তলত দিয়া বিধিৰে সেৱন কৰাটো অধিক ফলপ্ৰদ।
ৰাতি ১০/১২টা কিচমিচ উতলা পানীত (১বা২গিলাচ) তিয়াই থব ; ৰাতিপুৱা খালিপেটত পানী আৰু কিচমিচ পিতিকি বা চোবাইএকেলগে খাব । নাইবা ৰোগী নিৰোগী সকলোৱে অইন সময়তো গৰম গাখীৰত বা পানীত উতলাই ঠান্ডা হলে খাব পাৰে ।
#সথিক_গুণাগুন_পা বলৈ
পুৱা বা গধুলী খালি পেটত বা আহাৰ খোৱাৰ এঘন্টা আগত খোৱাতো ভাল ।
কিচমিচ খোৱাৰ পিচতে লগে লগে কমেও ৪৫ মি বা এঘন্টা অন্য আহাৰ নাখাব ।
#কেতিয়াও_অধিক_মা ত্ৰাত_নাখাব , সৰু লৰাছোৱালীক নিয়মিত দিনত ৬-৮টা কিচমিচহে খাবলৈ দিব ।
🚁কিচমিচ কিনি আনি গৰম পানীৰে নুধুৱাকৈ নাখাব ।
#কিচমিচৰ_গুণাগুণ:------
১। কিচমিচ ৰাতি গৰম পানীত তিয়াই ৰাতিপুৱা খালিপেটত পানী আৰু কিচমিচ কেইটাও খালে শৰীৰৰ অলাগতিয়াল বিষাক্ত পদাৰ্থ বাহিৰ হয় , পেট পৰিস্কাৰ হোৱাৰ লগতে কৌষ্ঠকাঠিন্য আৰু ইয়াৰ পৰা হব পৰা নানা ৰোগ আৰোগ্য হয়।
পাচন শক্তি মজবুত হয় । বায়ু,পিত্ত,কফ জনীত বিভিন্ন ৰোগ উপসম হয়।
#এচিডিতি /দুষিত বায়ু /পিত্ত ৰোগ দুৰ হয় । নিয়মিত খালে দেহৰ ৰোগ বীজানু ,, বেক্টেৰীয়া, আৰু অদৰ্কাৰী উপাদান বাহিৰ হয় ।
২। ই বল শক্তি দায়ক আৰু অতি পুষ্টিকাৰক হোৱা হেতুকে ৰুগী্যা , দুৰ্বল আৰু ক্ষীন কায় দেহৰ লোকে পানী বা গাখীৰত উতলাই নিয়মিত সেৱন কৰিলে যথেস্থ উপকৃত হয় ।
☑ পৰিশ্ৰমী , খেলুৱৈ , ব্যা্য়াম , শৰীৰচৰ্চা কৰা লোকৰ ক্ষয় হোৱা শক্তি পুৰাবলৈ বা #এনাৰ্জী_লেভেল_ব ৃদ্ধিৰ বাবে উৎকৃষ্ট ফলাহাৰ ।
☑ বিদ্যাৰ্থীৰ মনোযোগ, মেধা,স্মৃতিশক্ত ি আৰু সুস্বাস্থ্যৰ বাবে নিয়মিত সথিক মাত্ৰাত খোৱাতো উপযোগী ।
৩। শৰীৰত ৰক্ত বৃদ্ধিকৰায়, ৰক্তবিকাৰ আৰু ৰক্তহীনতাত ভোগা লোকৰ বাবে উৎকৃষ্ট ঔষধী ।
৪। #শৰীৰৰ_ওজন_বঢ়ায় । (অধিক ওজন থকা ব্যক্তি আৰু কম পৰিশ্ৰমী ব্যক্তিয়ে নাখাব)
৫। #কলেষ্ট্ৰল__নিয়ন ্ত্ৰন_কৰে । হাওঁফাওঁ, যকৃত আৰু হৃদযন্ত্ৰ সুৰক্ষিত ৰাখে ।
কিডনী পৰিস্কাৰ তথা সংক্ৰমন দুৰ কৰে ।
#উচ্চ_ৰক্তচ্চাপ আৰু #বহুমুত্ৰ_ৰোগীয়ে চিকিৎসকৰ পৰামৰ্শ লৈ খাব পাৰে ।
৬। #কৰ্কট_ৰোগ প্ৰতিৰোধ কৰে । এই ৰোগত ভুগা ব্যক্তিয়ে চিকিৎসকক সুধি খাব পাৰে ।
নিৰুপায় হৈ আমি সদায়ে খাই আছো বা ৰুগীয়া লোককো সেইবোৰকেই খুৱাই আছো । অসাধু ব্যৱসায়ীৰ এনে বিষাক্ত ফলসমুহে কব নোৱাৰাকৈ দেহৰ ভয়ানক ৰোগৰ বাহক হব পাৰে ।
বজাৰত পোৱা শুকান ফলসমুহত নষ্ট নহবলৈ ৰাসায়নিক দ্ৰব্য মিহলোৱা হয় যদিও মাৰাত্মক ধৰনৰ নহয় বুলিয়েই বিশ্বাস । তথাপি বজাৰৰ এনে বস্তুবোৰৱ গৰম পানীৰে ধুই খোৱাতো ভাল)
আজি কিচমিচ অৰ্থাত শুকান আঙ্গুৰৰ বিষয়ে কিছু জানো আহক :---
আমাৰ অসমত উৎপাদন নহয় যদিও আমি সকলোৱে জানো যে আঙ্গুৰ এবিধ বৰ পুস্তিকৰ ফল । আঙ্গুৰক ৰ'দত বা বিশেষ পদ্ধতিৰে শুকোৱাৰ পিচত কিচমিচ বোলা হয়। গতিকে কিচমিচ খোৱা মানেই আঙ্গুৰ খোৱাৰ সমানেই হয় । বৰং শুকোৱাৰ পিচত ইয়াৰ পুষ্টিগুণ অধিক বৃদ্ধিহে হোৱা দেখা যায় । সেয়ে কিচমিচ পৃথিৱীৰ সকলো দেশতে উপলদ্ধ এবিধ বলশক্তিদায়ক উত্তম শুকান ফল আৰু ৰোগভেদে সুপথ্য বুলি চিকিত্সকেও ৰোগীক খাবলৈ পৰামৰ্শ দিয়ে
কিচমিচৰ ইংৰাজী নাম Raisin হিন্ডীত কিসমিস, মুনক্কা বা অন্যান্য ভাষাত বিভিন্ন নামেৰে জনাজাত ।
দেশে বিদেশে আঙ্গুৰৰ প্ৰজাতি ভেদে কিচমিচ সোনালী, হালধীয়া,,বাদামী ৭। ,চুলি আৰু চালৰ যিকোনো সমস্যাৰ লগতে লিভাৰ দৌৰ্বল্য আৰু মুখৰ দুৰ্গন্ধ দুৰ কৰাৰ বাবে কিচমিচ ভিজোৱা পানী খোৱা অতি উপকাৰী ।
৮। #কিচমিচত_যথেস্থ_
৯। কিচমিচ ক ভিটামিন সমৃদ্ধ ফল; সেয়ে #চকুৰ_সুৰক্ষা আৰু নানা ৰোগত কিচমিচ বৰ উপকাৰী ।
১০। 📵 নিয়মিত সেৱন কৰিলে #যৌন_দুৰ্বলতা দুৰ হয় #পুৰুষৰ_প্ৰজনন_ক
গৰ্ভৱতী মহিলাৰ বাবেও উপকাৰী ।
১১। যিকোনো জৰত বা শাৰীৰিক দুৰ্বলতাত কিচমিচ অতি উপকাৰী পথ্য।
১২॥ #নিচাদ্ৰব্য_খাই_
ওপৰোক্ত গুণাগুনৰ উপৰি সথিক মাত্ৰাত নিয়মিত সেৱন কৰিলে দেহ স্বাস্থ্যৱান হোৱাৰ লগতৱ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায় ।
গতিকে দেখিলেনে বন্ধুসকল
কিচমিচ আমাৰ দেহৰ বাবে কিমান উপকাৰী ফল । সেয়ে বজাৰৰ ৰাসায়নিক বিষফলৰ পৰিৱৰ্তে আমাৰ থলুৱা ফল প্ৰচুৰ পৰিমানে খাওক ।লগতে বহিঃৰাজ্যৰ অধিক পোষক গুণযুক্ত কিচমিচ বা শুকান আঙ্গুৰ খাওক; লৰাছোৱালীকো খুৱাওক । (গৰম পানীত বা গাখীৰত উতলাইহে খাব )
💋__ #অপকাৰি_গুণ__💔
ভালৰ অলপেই ভাল । অধিক মাত্ৰাত কেতিয়াও নাখাব আৰু ভাল হওক বুলি লৰাছোৱালিহঁতকো বেচি মাত্ৰাত নুখুৱাব ।
📛কিছুমান ৰোগ বিশেষে চিকিত্সকে কিচমিচ খাবলৈ বাধা কৰে ;সেয়ে জটিল চিকিৎসাধীন ৰুগীয়া লোকে চিকিৎসকৰ পৰামৰ্শ লৈহে খাব । 🎈অধিক কেলৰীযুক্ত ব্যক্তি ,অপৰিশ্ৰমী , অধিক শকত আৰু ওজনৰ ব্যক্তিয়ে কিচমিচ
নোখোৱাই ভাল ।
#পৌষ্টিক_উপাদান :----প্ৰ'টিন, ভিটামিন এ , বি কমপ্লেস্ক, আইৰন, কেলচিয়াম, মেগনেচিয়াম,কাৰ্
#কিচমিচৰ_ব্যৱহাৰ
ৰাতি ১০/১২টা কিচমিচ উতলা পানীত (১বা২গিলাচ) তিয়াই থব ; ৰাতিপুৱা খালিপেটত পানী আৰু কিচমিচ পিতিকি বা চোবাইএকেলগে খাব । নাইবা ৰোগী নিৰোগী সকলোৱে অইন সময়তো গৰম গাখীৰত বা পানীত উতলাই ঠান্ডা হলে খাব পাৰে ।
#সথিক_গুণাগুন_পা
#কেতিয়াও_অধিক_মা
🚁কিচমিচ কিনি আনি গৰম পানীৰে নুধুৱাকৈ নাখাব ।
#কিচমিচৰ_গুণাগুণ:------
১। কিচমিচ ৰাতি গৰম পানীত তিয়াই ৰাতিপুৱা খালিপেটত পানী আৰু কিচমিচ কেইটাও খালে শৰীৰৰ অলাগতিয়াল বিষাক্ত পদাৰ্থ বাহিৰ হয় , পেট পৰিস্কাৰ হোৱাৰ লগতে কৌষ্ঠকাঠিন্য আৰু ইয়াৰ পৰা হব পৰা নানা ৰোগ আৰোগ্য হয়।
পাচন শক্তি মজবুত হয় । বায়ু,পিত্ত,কফ জনীত বিভিন্ন ৰোগ উপসম হয়।
#এচিডিতি /দুষিত বায়ু /পিত্ত ৰোগ দুৰ হয় । নিয়মিত খালে দেহৰ ৰোগ বীজানু ,, বেক্টেৰীয়া, আৰু অদৰ্কাৰী উপাদান বাহিৰ হয় ।
২। ই বল শক্তি দায়ক আৰু অতি পুষ্টিকাৰক হোৱা হেতুকে ৰুগী্যা , দুৰ্বল আৰু ক্ষীন কায় দেহৰ লোকে পানী বা গাখীৰত উতলাই নিয়মিত সেৱন কৰিলে যথেস্থ উপকৃত হয় ।
☑ পৰিশ্ৰমী , খেলুৱৈ , ব্যা্য়াম , শৰীৰচৰ্চা কৰা লোকৰ ক্ষয় হোৱা শক্তি পুৰাবলৈ বা #এনাৰ্জী_লেভেল_ব
☑ বিদ্যাৰ্থীৰ মনোযোগ, মেধা,স্মৃতিশক্ত
৩। শৰীৰত ৰক্ত বৃদ্ধিকৰায়, ৰক্তবিকাৰ আৰু ৰক্তহীনতাত ভোগা লোকৰ বাবে উৎকৃষ্ট ঔষধী ।
৪। #শৰীৰৰ_ওজন_বঢ়ায় । (অধিক ওজন থকা ব্যক্তি আৰু কম পৰিশ্ৰমী ব্যক্তিয়ে নাখাব)
৫। #কলেষ্ট্ৰল__নিয়ন
কিডনী পৰিস্কাৰ তথা সংক্ৰমন দুৰ কৰে ।
#উচ্চ_ৰক্তচ্চাপ আৰু #বহুমুত্ৰ_ৰোগীয়ে চিকিৎসকৰ পৰামৰ্শ লৈ খাব পাৰে ।
৬। #কৰ্কট_ৰোগ প্ৰতিৰোধ কৰে । এই ৰোগত ভুগা ব্যক্তিয়ে চিকিৎসকক সুধি খাব পাৰে ।
0 Comments:
Post a Comment