Friday, November 24, 2023

lachit Diwas - বীৰ লাচিত দিৱস

বীৰত্ব, ত্যাগ, সাহস আৰু দেশপ্ৰেমৰ প্ৰতিভূ হৈ বীৰ লাচিত জীয়াই থাকক প্ৰতিজন অসমীয়াৰ তেজত, স্বদেশ আৰু  স্বজাতিৰ হকে বীৰ লাচিত হওঁক চিৰ জাগ্ৰত প্ৰহৰী। অসমীয়া জাতিৰ শৌৰ্য-বীৰ্য, অদম্য সাহস আৰু বীৰত্বৰ প্ৰতীক বীৰ লাচিত বৰফুকন দেৱক লাচিত দিৱসৰ শুভ দিনটোত শ্ৰদ্ধাৰে সুঁৱৰিছোঁ।। #LachitDiwas





0 Comments:

Post a Comment

Popular Posts